Assamese Status, Quotes For Whatsapp Status and Facebook

Share:

Assamese Status, Quotes For Whatsapp Status and Facebook

Assamese Status, Quotes For Whatsapp Status and Facebook
Assamese Status, Quotes For Whatsapp Status and Facebook

সুখী হবলৈ মানুহক বহুত ঐশ্বয্যও নালাগে , ভাল কেৰিয়াৰো নালাগে, লাগে মাথো জীৱনৰ লগত অলপ বুজাপৰা । '
অভিনয় অবিহনে জীৱনটো অসাৰ
বুজিও নুবুজানে কিমান তোমাক বিছাৰো কব খুজিও মই কবলৈ নোৱাৰো কিজানিবা আতৰি যোৱা তুমি মোৰ কাষৰ পৰা
"কি লাগে তোমাক ,বুকুভৰা ভালপোৱা নে ভালপোৱাৰ নামত কৃত্ৰিমতা ?
                                                           ***assamese facebook status ***
                                                     ***short assamese whatsapp status ***
                                                            ***assamese status image
ত্রক কাহিনী কওঁ শুনাজীৱনৰ আছিল ত্রক নজনা খেলাৰাতিৰ আকাশৰ তৰাৰ নিজানতজিকমিকনী জোনাকীপৰুৱাৰ পোহৰতআছিলো জানা এক নিশব্দ অজ্ঞাত স্হানতৰিঙিয়াই মাতিছিল স্বাতৱে সপোনৰ আৰঁতহ্দয়ৰ কাষে কাষে নৈৰ পাৰতচলাইছিল নৌকা তেজৰ সাগৰত...
আকৌ অচিনাকী হবলৈ মন নাই,আকৌ অকলশৰীয়া হিবলে মন নাই,আকৌ নিশা অকলে তৰা গণি কটাবলৈ মন নাই,আকৌ নিজকে হেৰুৱাবলে মন নাই,আকৌ অচিনাকী হবলৈ মন নাই!!
মানুহে যদি আপোনাৰ বিবেচনাক বেয়া বুলি কয় , তেতিয়া আপোনাৰ এইটো দায়িত্য যে আপোনি তাক শুদ্ধ দেখুওৱাটো ।
                                                     ***assamese facebook status ***
                                                ***short assamese whatsapp status***
                                                        *** assamese status for fb ***
                                                      *** "assamese status image" ***
assamese love lines
assamese love lines
assamese love shayari photo
assamese love shayari photo

যদি আপোনি সেইটোৱেই কৰি আছে যিটো আপোনি সদায় কৰি আহিছে তেতিয়াহলে আপোনি সেইটোৱেই পাব যিটো আপোনি সদায় পাই আহিছে।
বাদাম খালেও ইমান মগজ নহয় যিমান এবাৰ বিশ্বাসঘাত খোৱাৰ পৰা হয় ।
সময়ত নিজৰ ভুল স্বীকাৰ নকৰাটোও এটা ভুল ।
                                                     ***assamese facebook status ***
                                                ***short assamese whatsapp status***
assamese status
short assamese whatsapp status

                                                        *** assamese status for fb ***
                                                      *** "assamese status image" ***
দৰিদ্ৰতাৰ সন্মুখত সকলো আদৰ্শই অৰ্থহীন।
জেতুকা ৰং, কি ধকাৰ চেষ্টা তোৰ । জীৱনৰ বোজা বহন কৰা মো এই তেজাল হাত ,নে প্ৰেমৰ আঘাটেৰে বৈ যাব খোজা তেজৰ টোপাল
সচা কৈছজুবিন দাতই যুক্তিবাদিতই এটা যুগৰ নহয়তই অসমীয়াৰ ভবিষ‍্যতৰ পৰা ভবিষ‍্যৎ দিনবোৰতো হৈ থাকিবি প্ৰাণৱন্ত।
                                                     ***assamese facebook status ***
                                                ***short assamese whatsapp status***
                                                        *** assamese status for fb ***
                                                      *** "assamese status image" ***
assamese status
short assamese whatsapp status

মোৰ মৰিশালিত ফুলৰ থুপা দিবলৈ নাহিবা, চাকি ধুপ-ধূনালৈ আত্মাৰ হ'ত গতিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নাহিবা, মোলৈ সছাই মৰম আছিল যদি চকুলো নুতুকিবা, মৰিশালিৰ কাষত নিতৌ পৰ্কৰ সতে এটি হাফ বটল ৰাখিবা ।
সকলোৰে কথা শুনিবা কিন্তু নিজে বেছি কথা নকবা, সকলোৰে আলোচনা শুনিবা কিন্তু কৰিবা নিজৰ বুদ্ধিৰে ।
স্বাৰ্থই য'ত ধুকি নাপাই মানৱতাই তাত স্থান পাই ।
                                                     ***assamese facebook status ***
                                                ***short assamese whatsapp status***
                                                        *** assamese status for fb ***
assamese status

                                                      *** "assamese status image" ***
সপোনবোৰ বন্ধ চকুৰে চোৱা নাইবা খোলা চকুৰে চোৱা , যেতিয়ালৈকে সপোনবোৰ সচা নহয় তেথিয়ালৈকে সপোনবোৰ সপোনেই হৈ থাকে।
ধৈয্য ধৰক , সহজ হোৱাৰ আগতে সকলো কামেই কঠিন হয় ।

 নিৰৱ জীৱনৰ মুহূৰ্তত মোকো মনত পেলাবা কেতিয়াবা, সংগোপনে অহা সপোনত মোৰো ছবি বনাবা কেতিয়াবা, মই যেতিয়া সুধিম "তোমাৰ মনৰ খবৰ"ৰ কথা কেতিয়াবা, তোমাৰ হৃদয়ৰ স্পন্দন মোকো শুনাবা কেতিয়াবা ।


প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমাল অনুভুতি বোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিছাৰেকেৱল মাথো ভাল পাব হে জানে…….


"Love Card" ত মোৰ নাম লিখি লোৱা, প্ৰেমবোৰ আগুৱাই লৈ যোৱা, "Always" ৰ বাবে মোক "Heart" ত লুকুৱাই লোৱা, আৰু মোক তোমাৰ "Boyfriend" বনাই লোৱা।


More Searches:  অসমীয়া দুখৰ কবিতা মা, সুখ দুখৰ কবিতা, অসমীয়া দুখৰ status, অসমীয়া ৰোমাণ্টিক প্ৰেমৰ কবিতা, ৰোমান্তিক প্ৰেমৰ কবিতা, দুখৰ জীৱনৰ কবিতা, মৰমৰ কবিতা, বিষাদ কবিতা অসমীয়া


মই তোমাক খুব খুব ভালপাব বিচাৰো আৰু তাৰ বিনিময়ত মোক তোমাৰ পৰা একোকেই নালাগে । মাথো বিচাৰো তোমাৰ হৃদয়খনত ক্ষুদ্র এটি স্থান য'ত মই থাকি গোটেই জীৱন তোমাক ভালপাই যাব পাৰো।

Related Searches:
assamese quotes for facebook, assamese quotes in english,
romantic quotes assamese, assamese heart touching quotes,
assamese attitude status, niribili assamese quotes,অসমীয়া whats app status,
assamese love quotes in english, assamese caption for facebook,
অসমীয়া প্ৰেমৰ status, অসমীয়া দুখৰ status, অসমীয়া ডাইলগ, অসমীয়া facebook status,
অসমীয়া ৰগৰ, অসমীয়া প্ৰেমৰ সংলাপ, অসমীয়া quotes, বন্ধুত্ব অসমীয়া status


মই সদায় তোমাৰ হব বিচাৰো কিন্ত ভগবানে জানু আমাক এই পথে আগবাঢ়িবলৈ দিব। তথাপিতু মই ভাবো যদি ধুমোহা আহে হাতে হাতে ধৰিম, যদি বৰষুণ আহেএকেলগে তিতিম, আৰু যদি দুখ আহে একেলগে কান্দিম।
উৰি গুচি  যাম এবুকু হেঁপাহ লৈ
বহু দূৰলৈ
আৰু তুমি ???
এবাৰো ঘূৰি নাচাবা নে
তোমাৰ সোণবৰণীয়া চুলিকোচা মেলি  ???
এবাৰ জানো উছুপি নুঠিবা...?
কঁপা কঁপা ওঁঠেৰে ক'বা নে মোক
আৰু মাত্ৰ এটা ক্ষণ ৰৈ যোৱা বুলি
সঁচাকৈ উৰি যাম এবুকু সপোন লৈ
বহু দূৰলৈ

হয় জীৱনত
আগবাঢ়িব লাগে,
কিন্তু কাৰোবাক লগত লৈ।
আৰু মই
আগবাঢ়িব খোজোঁ
তোক লগত লৈ❤❤

মোৰ নিৰব মনে আচলতে বহু কথা কয়.....
কেৱল শুনিবলৈ আৰু বুজিবলৈহে কোনো নাই...
লগ আছে বহুত, মাত্ৰ সংগ দিবলৈহে  কোনো নাই....
অনুভৱ কৰিছো এতিয়া নিসংগতা কি.... 

সেমেকা বতৰটো তই তই
 লগা অনুভৱ বোৰে বুকুত
লুকা-ভাকু খেলে
ঐ অভিমান বোৰ অলপ
 কম কৈ কৰিবি চোন
মৰম বোৰ অন্তৰত
আলফুল হৈ উঠে...!!

জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,
সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,
হে ভগবান, তুমি তাইক সকলো দিবা,
যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।

ভালপোৱা মানে সন্মান, শ্রদ্ধা, বিশ্বাস, আৰু এবুকু মৰম যদি কাৰোবাক ভাল পোৱা তেতিয়াহলে মন প্ৰাণ দি ভাল পাবা

No comments