Happy New Year Assamese Wishes, Quotes, SMS | নৱবৰ্ষৰ শুভে‌‌ষ্স্খ

Share:

Happy New Year Assamese Wishes, Quotes, SMS | নৱবৰ্ষৰ শুভে‌‌ষ্স্খ

Happy New Year Assamese Wishes
Happy New Year Assamese Wishes

জীৱনৰ ৰং (তথ্যবাৰ্ত্তা)
আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো আপোনাৰ জীৱনত দুবাৰ নেপায়।কাৰন এই মাহতোত দেওবাৰ----4টা
সোমবাৰ----4টা
মঙ্গলবাৰ ---4টা
বুধবাৰ----- 4টা
বৃহস্পতিবাৰ---4টা
    শুক্ৰবাৰ----4টা
আৰুশনিবাৰ 4টা।
এইটো ঘটে প্ৰত্যেক 823 বছৰৰ মূৰত আৰু সেইবাবে ইয়াক ধনটোপোলা বুলি কোৱা হয়।সেইবাবে এই মেচেজটো অতি কমেও 5টা গোটৰ 5 জন সদস্যলৈ প্ৰেৰন কৰক,যাতে ধন আহি 4 দিনৰ ভিতৰত পায়।এই মেচেজটো পঢ়াৰ 11 মিনিটৰ ভিতৰত পঠিয়াব।(এইটো চাইনিজ ফেংচুইৰ মতবাদ মতে দিয়া হৈছে।)

TOMAR JONNA SOKAL-DUPUR TOMAR JONNA SONDHA,
TOMAR JONNA SOKOL GULAP & ROJONIGONDHA.
TOMAR JONNA SOB SUR TOMAR JONNA CHONDO
NOTON BOCHOR BOYE ANUK ONABIL ANONDO

Moi Monor Pora Prathona Korisu Je
Tumar Aru Tumar Bandhu Hokolor
Nobo Borxo Tu Bhaal Dhore Paar Hoi!

Moi Nokou Je Tumi HofolMoi Nokou Je Tumar Xukhi HokMoi Koisu Je Notun Bosorot Tumar Oti Xundar Charitra Grohon Hoi!

নৱবৰ্ষৰ শুভেচ্ছা যাছিলো । নতুন বছৰটোৱে কঢ়িয়াই আনক সুখ আৰু আনন্দৰ বতৰা । এই কামনাৰেই ।
HAPPY NEW YEAR 2020
নৱবৰ্ষৰ
নৱবৰ্ষৰ


New Year Assamese Wishes, Quotes, SMS

নিৰাশা বোৰ নাইকিয়া হৈ আশো বোৰ পূৰণ হওঁক 😘
সাঁচি থোৱা প্ৰতিটো সপোন পলকতে বাস্তৱ ৰূপ হওঁত 😌
আৰু এই নতুন বছৰটিয়ে আপোনাৰ বাবে কঢ়িয়াই আনক আনন্দ আৰু সুখৰ বন্যা 😗
তাৰেই কামনাৰে আপোনাক লগতে আপোনাৰ পৰিয়াললৈ নবৱৰ্ষৰ শুভেচ্ছা জনালোঁ 😘😘

Notun Bosoror Xubesha ThakilEitu Bosorotu JenHokolure Babe Hukh Aru Anado Kohiai Aane !

নতুন বছৰৰ শুভেচ্ছা থাকিল ।
এই বছৰটোৱে যেন
সকলোৰে বাবে সুখ
আৰু আনন্দ কঢ়িয়াই আনে ।😄😄

That’s end of our article based on Happy New Year Sms in Assamese language. Friends feel free to share with your friends on many social medias like Facebook Whatsapp Twitter Pinterest etc

No comments