Holi Assamese Wishes | Greetings | SMS | Quotes | HD Images | Speech | Shayari

Holi Assamese Wishes | Greetings | SMS | Quotes | HD Images | Speech | Shayari


Holi is termed as a day of fun, colors, and rejoicing. Indians celebrate Holi by throwing balloons and colors on one another, crams on fragility and remembering the inspiring story of Prahlada. Hence, add more colors to the day of colors of your loved ones by spreading across some wonderful Holi Quotes, SMS, Messages in Assamese

Orthat Holi'k anondo aru rong'or din buli jona jai. Ei Dintut ami ejone ejonor gaat rong xaani holi maane fakua utsav monao. Bivinno rong dhaala'r bostu pua jai holi't jeneke pichkaari aru balloon u pua jai. 

Here you would find plenty of fluent quotes that would surely bring a smile on the faces of your closed ones and relatives. So check our article "Holi Assamese Wishes | Greetings | SMS | Quotes | HD Images | Speech | Shayari".

Hokoluke Fakua'r Xubesha Jashilu
Apunak aru apunar parivarok fakua utxob'r xubesha jasilu
Wishing you a Holi full of fun and frolic. Eat rasgulla's, dance like crazy. Enjoy. Happy Holi!!!
Holi Assamese Wishes
Holi HD Images, Assamese Wish
ৰাধা'ৰ আবিৰ আৰু শ্যাম'ৰ ফিচকাৰি,
মৰমৰ ৰঙেৰে ৰঙীন সকলো পুৰুষ-নাৰী,
আবিৰে নাজানে কোনো জাত-পাত'ৰ কুণ্ডলী
শুভেচ্ছা থাকিল তোমালৈ - আনন্দময় হোলী !
 হেপি হোলি 
হোলিৰ  শুভকামনা যাঁচিলো   
Holi Assamese Wishes | Greetings | SMS | Quotes | HD Images | Speech | Shayari

Related Searches: Holi HD Pics, Holi Shayari, Holi Jokes, Holi Quotes, Holi Speech, Holi Songs, Holi greetings, Holi greets, Holi MMS, Happy Holi Wishes in Assamese, Happy Holi Bengali Wishes, Holi Photos, Holi Gifts

Holi Speech, Articles, Paragraph, Short Note in Assamese

Holi Assamese Wishes | Greetings | SMS | Quotes | HD Images | Speech | Shayari


আমি হিন্দু ধৰ্ম অনুসৰি পৌৰাণিক কালৰ পৰা চলি অহা "হোলী" পৰ্বক লৈ বহু কাহিনী জৰিত হৈ আছে।  প্ৰাচীন কালত হিৰণ্যকশিপু নামেৰে এজন অতিকৈ শক্তিশালী অসুৰ আছিল । তেওঁ ইমানেই শক্তিশালী আছিল যে, তেওঁ কোনো ভগবানক বিশ্বাস নকৰিছিল । কিন্ত্ত স্বয়ং হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ আকৌ আছিল অতিকৈ ভগবান বিশ্বাসী আৰু ভগবানৰ ভক্ত ।  প্ৰহ্লাদে নিতৌ ভগবানৰ পূজা কৰিছিল। যেতিয়া হিৰণ্যকশিপুয়ে এই কথা জানিব পাৰিলে তেতিয়া তেওঁ ইমান অহংকাৰত মত্ত হৈ পৰিছিল যে, নিজ পুত্ৰ প্ৰহ্লাদক মাৰি পেলাবলৈ বুলি সিদ্ধান্ত লবলৈও কুণ্ঠাবোধ কৰা নাছিল। সেইমতে হিৰণ্যকশিপুয়ে প্ৰহ্লাদক মাৰি পেলাবলৈ বিভিন্ন ধৰণে চেষ্টা চলাইছিল । তাৰ পিছতো প্ৰহ্লাদ ঈশ্বৰ ভক্তি কম হৈ নোযোৱা দেখি , এইবাৰ প্ৰহ্লাদক কঠোৰতম শাস্তি দিব বুলি মনস্হ কৰিলে।

Read More:


হিৰণ্যকশিপুৰ এজনী ভগ্নী আছিল, তাইৰ নাম আছিল "হোলীকা" । হোলীকাই এটা বৰ লাভ কৰি থোৱা আছিল যে, "তাই অগ্নিত ভষ্ম নহব"। আৰু সেই বৰটোৰ সুযোগ লৈ হিৰণ্যকশিপুয়ে প্ৰহ্লাদক মৃত্যুদণ্ড দিয়াবৰ বাবে "হোলীকা"ক "প্ৰহ্লাদ"ক কোঁচত লৈ জুইৰ ওপৰত বহিবলৈ আদেশ দিলে। এনেকুৱা শাস্তিৰ ফলত ভগবানৰ অশেষ কৃপাত প্ৰহ্লাদৰ একো নহল কিন্ত্ত "হোলীকা" অগ্নিত পুৰি জাহ গল ।

আচলতে ঈশ্বৰ ভক্ত "প্ৰহ্লাদ"ৰ স্মৰণ কৰিবলৈ হিৰণ্যকশিপুৰ ভগ্নী "হোলীকা" দাহ যোৱা দিনটোৰ পৰা "হোলী" পালন কৰা হয় । "প্ৰহ্লাদ" ৰ অৰ্থ হল আনন্দ, সেয়ে "হোলী"ৰ দিনাখন ৰঙেৰে সৈতে আনন্দ- স্ফুৰ্তি কৰা হয়।

কোনো কোনোৰ মতে ভগবান শ্রীকৃষ্ণই পুতনা নামৰ এজনী ৰাক্ষসীক বধ কৰি, সেই দিনটোত কৰা আনন্দ- স্ফুৰ্তিৰ দিনটোয়ে "হোলী" বুলি বিশ্বাস কৰি আহিছে। 

******* Holi Assamese Wishes | Greetings | SMS | Quotes | HD Images | Speech | Shayari*******